100+ Assamese Birthday Wishes | Happy Birthday in Assamese Photo Sms

100+ Assamese Birthday Wishes | Happy Birthday in Assamese Photo Sms

Assamese Quotes | Birthday sms in Assamese

আপোনালৈ আপোনাৰ ওপজা দিনৰ বহুত বেছি শুভকামনা জনালোঁ।

আপোনাৰ জন্ম দিনটোৱে আপোনালৈ লৈ আহক সুখ আৰু শান্তিৰ বতৰা।তাৰে কামনাৰে শুভ জন্ম দিন।

মই আপোনাক আপোনাৰ শুভ দিনটোৰ বাবে শুভেচ্ছা যাছিলোঁ।

মই আশা কৰিছোঁ আপোনাৰ আহিবলগীয়া দিন আৰু বছৰটো বহুত বেছি সুখৰ হওঁক।

100+ Assamese Birthday Wishes | Happy Birthday in Assamese Photo Sms

আপোনাৰ জীৱনৰ সকলোবোৰ সপোন বাস্তৱত পৰিণত হওঁক । তাৰে কামনাৰে জন্ম দিনৰ শুভেচ্ছা জনালোঁ।

মই আশা কৰিছোঁ আপোনাৰ জন্ম দিনটো বহুত আনন্দৰ হওঁক।

আপোনাৰ  অতীতৰ সকলো বোৰ দুখ কষ্ট পাহৰি জন্ম দিনৰ দিনটোৰ পৰাই আপুনি বহুত সুখী হৈ পৰক । তাৰে কামনা কৰিলোঁ।

মোৰ জন্মদাতা মাক তেওঁৰ জন্ম দিনৰ বহুত শুভকামনা জনালোঁ।

পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ দেউতালৈ জন্মদিনৰ শুভকামনা জনালোঁ।

তুমি জীৱনৰ সকলো বাধা নেওচি সফলতাৰ পথত আগবাঢ়ি যোৱা।তোমাৰ এই শুভ দিনৰ মই এইটোৱেই কামনা কৰিলোঁ।

আপোনাৰ জীৱনৰ এটি এটি পল বহুত বেছি আনন্দময় হৈ পৰক তাৰে কামনাৰে শুভ জন্মদিন।

আজিৰ দিনটোৰ পৰাই আপোনাৰ জীৱনৰ সকলো বোৰ দুখ সুখত পৰিণত হওঁক । তাৰে কামনা কৰিছোঁ । শুভ জন্মদিন।

আজিৰ দিনটো তোমাৰ বাবে এটি সুন্দৰ দিন হওঁক তাৰে কামনা কৰিলোঁ।

জন্ম দিন সকলোৰে বাবে এটা সুন্দৰ দিন । এই দিনটোয়ে আপোনাৰ বাবে লৈ আহক সুখ আৰু সমৃদ্ধিৰ বতৰা। তাৰে কামনা কৰিলোঁ।

হাঁহিবোৰ জিলিকিছে আজি তোমাৰ জন্মদিন গানবোৰ বাজি উঠিছে আজি তোমাৰ জন্মদিন ।

বাজি উঠিছে সোৱৰণিৰ হালধীয়া ধান উজাগৰী ৰাতিৰ সুৰৰ অন্তহীন-- শুভকামনাৰে উপচি পৰা এটি চিৰসেউজ , নতুন দিন !!আজি তোমাৰ জন্মদিন

এদিন দুদিনকৈ গৈ আছে গতিশীল সময়,আজি এটি নতুন বৰ্ষই গচকিলে তোমাক,অনাগত দিনত সুখ শান্তিৰে ভৰি পৰকতোমাৰ হৃদয়।

আকৌ এটি নতুন বছৰে চুইছে তোমাক,পুৰণিৰ উশাহেৰে,নতুনক প্ৰাণ দি,আগুৱাই যোৱা জীৱন বাটত,তাৰেই কামনাৰে শুভ জনম দিন।

ৰাতিবোৰ আন্ধাৰৰ ভঁৰাল,তাত পোহৰ বিচাৰি হাবাথুৰি নাখাবা,জীৱনটো ও সুখ দুখৰ সমষ্টি,দুখ দেখি ভয় নাখাবা।এদিন হলেও সুখে তোমাক পৰশিব।অনাগত দিনত নতুন পন লোৱা,সুখৰ লগতে দুখৰো সোৱাদ লোৱাশুভ জন্মদিন।🙏তোমাৰ জন্মদিনৰ শুভেচ্ছা জনালোঁ🙏

অতীতৰ পৰা এৰি দিয়ক; ইয়াক সলনি কৰিব নোৱাৰি। ভৱিষ্যত এৰি দিয়ক; কোনেও এইটো ভৱিষ্যতবাণী কৰিব নকৰে। লগতে, বৰ্তমানৰ বিষয়ে পাহৰি যাওক। মই আপোনাক এটা পোৱা নাছিলো। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

জীৱনত কোনোবা জয় হবলৈ কোনোবা পৰাজয় হব লাগিবসেয়ে পৰাজিত হোৱাৰ ভয়ত পিছুৱাই যোৱাতকৈ আগুৱাই যোৱা আজি নোৱাৰিলে কালি পাৰিব তাৰে কামনাৰে শুভ জন্মদিন

অনাগত দিনত বিষাদবোৰক নিলগ কৰি স্বপ্নবোৰ কঢ়িওৱা নাৱখনিক দেখুওৱা বাস্তৱতাৰ ঘাট,তাৰেই কামনাৰে শুভ জন্মদিন ।

জীৱন সংগ্ৰামৰ যাত্ৰাত কোনোদিনেই ক্লান্ত নোহোৱাৰ আশাৰেই জনমদিনৰ অনেক শুভকামনা থাকিল।এই সংগ্ৰামৰ ফলে তোমাৰ মুখত হাঁহি বিৰিঙাওক।

এটি নতুন দিন,এটি নতুন প্ৰভাত,সুখবোৰ লগৰী হওঁক তোমাৰ,বিচাৰি ফুৰক,তোমাৰ প্ৰেমত পৰাৰ অজুহাত,তাৰেই কামনাৰে ওপজা দিনৰ অনেক শুভকামনা যাচিলো।

মন দেৱালৰ সিপাৰৰ সপোনবোৰে বাস্তৱতাৰ নাম পাওঁক,হাঁহিবোৰ মুকুতা হৈ দুগালত ওলমক,সেই কামনাৰে জনমদিনৰ ওলগ যাচিলো।

আলসুৱা লৰালিৰ বাট গছকি,যৌৱনৰ বাকৰিত দিছা ভৰি,নতুন জীৱনৰ নতুন দিনবোৰত,হাহিবোৰ হওঁক,তোমাৰ লগৰী।

দুখৰ অভাৱে কঙাল কৰক তোমাৰ অনাগত জীৱন,শুভ জন্মদিন প্ৰিয়বৰ।

নতুন দিনত পুৰণ হওক,আশাৰ গড়ালত বন্দী সপোনজাকৰ তৃষ্ণা,তাৰেই আশাৰে ওপজা অনেক শুভেচ্ছা যাচিলো।

অতীতৰ ভূলবোৰৰ শিক্ষাৰে বাস্তৱতাৰ ভেটি গঢ়ি,স্পৰ্শ কৰা সফলতাৰ শিখৰ,সেই আশাৰে যাচিলো জনমদিনৰ বহুত বহুত শুভকামনা।

তোমাৰ জীৱনৰ পৃষ্ঠাত আকৌ এটা নতুন সংযোজন ঘটিল,এটি নতুন দিন,লগত অনেক দায়িত্বশীলতা,বাস্তৱক বুজি লৈ আৰম্ভ কৰা নতুন জীৱনযাত্ৰা।

জীৱন মানে জীয়াই থকাৰ সংগ্ৰাম,এই সংগ্ৰামৰ মাজতে গৰকিলা আন এটি বৰ্ষ।নতুন বৰ্ষই দিয়ক সতেজতা,দিয়ক যুজাৰু মানসিকতাশুভ জন্মদিন।

অনাগত দিনত, বিফলতাৰ দাগবোৰত,সাধনাৰ প্ৰলেপ সানি,জীৱনৰ প্ৰতিটো পৃষ্ঠাত লিখি যোৱা,সফলতাৰ বাণী।তাৰেই কামনাৰে শুভ জন্মদিন।

প্ৰতিটো পল সুখৰ হওঁক,প্ৰতিটো প্ৰহৰ আনন্দৰে ভৰি পৰক,নতুন চিন্তাই প্ৰাণ পাই উঠক,তাৰেই কামনাৰে শুভ জন্মদিন‌।

চকুপানী নহয়, হাঁহিৰে আপোনাৰ জীৱন যাপন কৰক। বছৰ নহয় বন্ধুবৰ্গৰ সৈতে আপোনাৰ বয়স কমাওক। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

জন্মদিনৰ শুভেচ্ছা। মই আপোনাৰ জন্মদিনৰ সকলো আশা সপোন আৰু শুভেচ্ছা সঁচা হ'বলৈ প্ৰাৰ্থনা কৰোঁ। লগতে শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

ইয়াত আপোনাৰ জন্মদিনৰ বাবে এটা ইচ্ছা আছে। আপুনি যি বিচাৰে সেয়া প্ৰাপ্ত কৰক, আপুনি যি বিচাৰে সেয়া বিচাৰি পাব পাৰে। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

জীৱনৰ আৰু আন এটা দুঃসাহসিক বছৰ ে আপোনাক অপেক্ষা কৰি আছে, আৰু আপোনাৰ জন্মদিন উদযাপন কৰিবলৈ, মই আপোনাক এজন ৰজাৰ জাঁক-মাক-মৰম আৰু জপনা কামনা কৰিছো। শুভ জন্মদিন । লগতে শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ

আপুনি চাৰিওফালে বিয়পি থকা সকলো আনন্দ এশ গুণ আপোনাৰ ওচৰলৈ ঘূৰি আহক। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

আপোনাৰ জন্মদিন টো বিশেষ দিন হওঁক যিটো আপুনি কেতিয়াবা বিচৰা সকলো বোৰ প্ৰাপ্ত কৰে। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

এইটো আপোনাৰ জন্মদিন!! আমি বিচাৰোঁ যে আপুনি জীৱনত যি বিচাৰে সেয়া আপোনাৰ ওচৰলৈ আহে যিদৰে আপুনি ইয়াক কল্পনা কৰিছিল সকলো ভাল হয় যেন । শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

আপুনি সৰ্বাধিক আনন্দ আৰু অনন্ত আনন্দ লাভ কৰক। আপুনি নিজকে এটা উপহাৰ, আৰু আপুনি সকলোতকৈ ভাল যোগ্য। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

মমবাতি গণনা নকৰিব, কিন্তু তেওঁলোকে দিয়া পোহৰ চাওঁক। আপোনাৰ বছৰ গণনা নকৰিব কিন্তু আপুনি জীয়াই থকা জীৱন‌ শুভ হয় যেন। জন্মদিনৰ শুভেচ্ছা জনালোঁ।

অতীতপাহৰি যাওক; এইটো গুচি গৈছে। ভৱিষ্যতৰ কথা নাভাবিব; এইটো অহা নাই। কিন্তু বৰ্তমানত বাস কৰক কাৰণ এইটো এটা উপহাৰ আৰু সেই বাবে ইয়াক বৰ্তমান বুলি কোৱা হয়। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

আপুনি মই জনা আটাইতকৈ মিঠা ব্যক্তি, আৰু এই জন্মদিনটো এটা নতুন আৰম্ভণি। মই আপোনাক আত্মবিশ্বাস, সাহস আৰু সামৰ্থ্য কামনা কৰিছো। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

দিনৰ পিছত আপোনাৰ জন্মদিন আহিছে। এইটো বহুত দীঘলীয়া সময়। চাপৰ সৈতে মোকাবিলা কৰক কাৰণ কেনেকৈ হীৰা তৈয়াৰ কৰা হয়। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

সুখী হওক, আজিৰ বাবে; সকলোৰে বাবে আশীৰ্বাদ আৰু অনুপ্ৰেৰণা আনিবলৈ আপোনাৰ জন্ম হৈছিল। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

আপুনি কালিতকৈ ডাঙৰ, কিন্তু চিন্তা নকৰিব; আপুনি কাইলৈ হ'ব তাতকৈ সৰু। শুভ জন্মদিনৰ শুভেচ্ছা জনালোঁ।

ওপজা দিনৰ বহুত শুভকামনা আৰু মৰম যাচিলোঁ অনাগত দিনবোৰ হাঁহি ধেমালীৰে উপচি পৰক তাৰে কামনা

দুখৰ অভাৱে কঙাল কৰক তোমাৰ অনাগত জীৱন,শুভ জন্মদিন

এদিন দুদিনকৈ আকৌ এটা বছৰ পাৰ হলচকুৰ পলকতে আৰু একবছৰ ডাঙৰ হলাএনেদৰে বয়সৰ লগতে নিজৰ কৰ্মৰাজিৰে আগুৱাই যোৱা

wish you many many happy returns of the day god bless you

এটা দুটাকৈ পাৰ হল জীৱনৰ বহুতো ঢৌ তেনে দৰে জীৱনৰ শেষ মুহূৰ্তলোকে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হব পৰা সাহস দিয়ে যেন ভগৱানে তোমাক আজিৰ এই পবিত্ৰ দিনত তাৰে কামনাওপজা দিনৰ শুভেচ্ছাৰে

"জীৱন এখনি মায়াময় জীৱনী" এই জীৱন যুদ্ধত সকলো জিকিব নোৱাৰে আৰু সেই জিকা জনে হল পৰাক্ৰমী বীৰআজিৰ এই শুভদিনত ইয়াৰে শুভকামনা থাকিল

এটা গভীৰ ৰাতিৰ পাছত যিদৰে সুন্দৰ প্ৰভাত হয় ঠিক সেইদৰে তোমাৰ জীৱনৰ সকলো দুখ আঁতৰি নতুন প্ৰভাতৰ দৰে সুখৰ বন্যা বওক তাৰে কামনাৰে শুভ জন্মদিন

আজিৰ এই দিনটোৰ প্ৰতিটো ক্ষণ উপভোগ কৰাৰ লগতে জীৱনৰ প্রতিটো দিন সজাই তোলা সুন্দৰকৈ তাৰে কামনাৰে ওপজা দিনৰ ওলগ