20+ Romantic Quotes Assamese - Assamese Status

20+ Romantic Quotes Assamese - Assamese Status

20+ Romantic Quotes Assamese - Assamese Status

Hi friends, are you looking for the best Romantic Quotes Assamese? In this post, I am sharing 20+ Assamese love quotes for your Whatsapp status and post. these Assamese quotes are given by the most popular Assamese Facebook page Jonakaxom- Assamese Story And Poem.
You can easily download and use this quote for your personal purpose.



 এদিন ভাল লগা মানুহবােৰকো তােমাৰ ভাল নলগা হব, যিবােৰ অচিন মানুহ, অপ্রিয় মানুহ, এদিন হঠাৎ তেওলােককো ভাল লাগি যাব।




প্রেম আৰু পায়খানাৰ মাজত এটা ওতপ্রােত সম্পর্ক আছে। দুয়ােটা কামেই জোৰ কৰি কৰিব নােৱাৰি ,নিজে নিজে হৈ যায়।



সিদিনা আকাশজুৰি আছিল তৰাৰ মেলা, জোনাকত বিলীন মন। মনে কৈছিল সুখত থাকক মােৰ আপােনজন।।

নীলাকাশত আজি কলা মেঘৰ ছায়া ,তাৰপিছতাে মই বিন্দাছ,তােমাৰ সুখতেই মােৰ সুখ দিয়ে আরাজ